▲ 1 r/shayri

आईना

अंदर मैंने नक़ाब ओढ़ रखा है,

मुखौटा है असफलता का।

अंदर मैंने ख़्वाब पाल रखा है,

नाम लेकर अच्छाई का,

मुखौटा पहने किसी मेहनती का।

लगा जैसे अंदर मेरे कोई और पनप रहा है,

चेहरा लेके एक इंसान का।

अंदर वो शायद मैं ही हूँ,

नक़ाब ओढ़े भलाई का।

शायद मैं समझ नहीं पाया,

वो ज़िक्र जो ख़ुद से किया, ख़ुद का।

नक़ाब चढ़ाकर फ़रिश्ते का,

कर रहा काम नरक का।

शायद ये मैं ही हूँ,

नाम लेके किसी दानव का,

पहन के चेहरा एक इंसान का।

reddit.com
u/Deathgamer69 — 7 hours ago
▲ 1 r/Hindi

आईना

अंदर मैंने नक़ाब ओढ़ रखा है,

मुखौटा है असफलता का।

अंदर मैंने ख़्वाब पाल रखा है,

नाम लेकर अच्छाई का,

मुखौटा पहने किसी मेहनती का।

लगा जैसे अंदर मेरे कोई और पनप रहा है,

चेहरा लेके एक इंसान का।

अंदर वो शायद मैं ही हूँ,

नक़ाब ओढ़े भलाई का।

शायद मैं समझ नहीं पाया,

वो ज़िक्र जो ख़ुद से किया, ख़ुद का।

नक़ाब चढ़ाकर फ़रिश्ते का,

कर रहा काम नरक का।

शायद ये मैं ही हूँ,

नाम लेके किसी दानव का,

पहन के चेहरा एक इंसान का।

reddit.com
u/Deathgamer69 — 7 hours ago

आईना

अंदर मैंने नक़ाब ओढ़ रखा है,

मुखौटा है असफलता का।

अंदर मैंने ख़्वाब पाल रखा है,

नाम लेकर अच्छाई का,

मुखौटा पहने किसी मेहनती का।

लगा जैसे अंदर मेरे कोई और पनप रहा है,

चेहरा लेके एक इंसान का।

अंदर वो शायद मैं ही हूँ,

नक़ाब ओढ़े भलाई का।

शायद मैं समझ नहीं पाया,

वो ज़िक्र जो ख़ुद से किया, ख़ुद का।

नक़ाब चढ़ाकर फ़रिश्ते का,

कर रहा काम नरक का।

शायद ये मैं ही हूँ,

नाम लेके किसी दानव का,

पहन के चेहरा एक इंसान का।

reddit.com
u/Deathgamer69 — 8 hours ago
▲ 1 r/assam

आईना

अंदर मैंने नक़ाब ओढ़ रखा है,

मुखौटा है असफलता का।

अंदर मैंने ख़्वाब पाल रखा है,

नाम लेकर अच्छाई का,

मुखौटा पहने किसी मेहनती का।

लगा जैसे अंदर मेरे कोई और पनप रहा है,

चेहरा लेके एक इंसान का।

अंदर वो शायद मैं ही हूँ,

नक़ाब ओढ़े भलाई का।

शायद मैं समझ नहीं पाया,

वो ज़िक्र जो ख़ुद से किया, ख़ुद का।

नक़ाब चढ़ाकर फ़रिश्ते का,

कर रहा काम नरक का।

शायद ये मैं ही हूँ,

नाम लेके किसी दानव का,

पहन के चेहरा एक इंसान का।

reddit.com
u/Deathgamer69 — 8 hours ago

आईना

अंदर मैंने नक़ाब ओढ़ रखा है,

मुखौटा है असफलता का।

अंदर मैंने ख़्वाब पाल रखा है,

नाम लेकर अच्छाई का,

मुखौटा पहने किसी मेहनती का।

लगा जैसे अंदर मेरे कोई और पनप रहा है,

चेहरा लेके एक इंसान का।

अंदर वो शायद मैं ही हूँ,

नक़ाब ओढ़े भलाई का।

शायद मैं समझ नहीं पाया,

वो ज़िक्र जो ख़ुद से किया, ख़ुद का।

नक़ाब चढ़ाकर फ़रिश्ते का,

कर रहा काम नरक का।

शायद ये मैं ही हूँ,

नाम लेके किसी दानव का,

पहन के चेहरा एक इंसान का।

reddit.com
u/Deathgamer69 — 8 hours ago

প্ৰতীক্ষা

নিতাল ৰাতিৰ নিভাঁজ তমসাত,

নীৰৱ কবিতাৰ অবুজ চিঞৰে

ৰিঙিয়াই চোন আজিও তোমাৰেই কথা কয়!

ক্লান্ত মুখনিৰ সেই মলয়া হাঁহিটো

আমঠুৰ মৰুভূমিত নীলা মৰীচিকা হৈ

আজিও চোন আছে বৈ;

ক্ষণবোৰৰ নাচোনত অচিনাকি হৈ পৰা

তোমাৰ মৰমবোৰৰ অপেক্ষাত,

মায়ালগা মোৰ মনটো যেন আজিও আছে ৰৈ!

reddit.com
u/Deathgamer69 — 2 days ago

প্ৰতীক্ষা

নিতাল ৰাতিৰ নিভাঁজ তমসাত,

নীৰৱ কবিতাৰ অবুজ চিঞৰে

ৰিঙিয়াই চোন আজিও তোমাৰেই কথা কয়!

ক্লান্ত মুখনিৰ সেই মলয়া হাঁহিটো

আমঠুৰ মৰুভূমিত নীলা মৰীচিকা হৈ

আজিও চোন আছে বৈ;

ক্ষণবোৰৰ নাচোনত অচিনাকি হৈ পৰা

তোমাৰ মৰমবোৰৰ অপেক্ষাত,

মায়ালগা মোৰ মনটো যেন আজিও আছে ৰৈ!

reddit.com
u/Deathgamer69 — 2 days ago
▲ 3 r/assam

প্ৰতীক্ষা

নিতাল ৰাতিৰ নিভাঁজ তমসাত,

নীৰৱ কবিতাৰ অবুজ চিঞৰে

ৰিঙিয়াই চোন আজিও তোমাৰেই কথা কয় !

ক্লান্ত মুখনিৰ সেই মলয়া হাঁহিটো

আমঠুৰ মৰুভূমিত নীলা মৰীচিকা হৈ

আজিও চোন আছে বৈ;

ক্ষণবোৰৰ নাচোনত অচিনাকি হৈ পৰা

তোমাৰ মৰমবোৰৰ অপেক্ষাত,

মায়ালগা মোৰ মনটো যেন আজিও আছে ৰৈ!

reddit.com
u/Deathgamer69 — 2 days ago

পাপী প্ৰেমৰ মায়াৱী জোলোঙা

প্ৰেমেই মাথো জীৱন জানো;; জীৱনেই মাথো প্ৰেম জানো;;

এইয়াযেন সচা মিছাৰ এটা যটিল সাৰাংশ:

কাৰোবাৰ প্ৰেম যেন অৰুন্ধতী- বশিষ্ঠ,

কোনোবা আকৌ দহিছে সেই প্ৰেমত

যেনে দহিচিল উশাৰ অনিৰুদ্ধ|

কোন আমি নৰ মনিচ

লালশাৰ ভোকাতুৰ, কামনাত বাকৰুদ্ধ,

বাসনাৰ বলি, সময়ত স্তদ্ধ,

ৰঙীন ৰামধেনুৰ আৰৰ বিশাদৰ কলা মেঘৰ অন্ধকাৰত

আমি যেন লাখুটি লোৱা এক এক অন্ধ।

এই পাপী প্ৰেমৰ পুণ্যৰ যিখন জোলোঙা

বিচাৰি খাইছো তুমি-ম‌ই হাবাথুৰি

সেই জোলোঙাৰ মায়াজালত

আজিলৈ ৰাধায়ে নাপালে কৃষ্ণক বিচাৰি!

reddit.com
u/Deathgamer69 — 3 days ago

পাপী প্ৰেমৰ মায়াৱী জোলোঙা

প্ৰেমেই মাথো জীৱন জানো;; জীৱনেই মাথো প্ৰেম জানো;;

এইয়াযেন সচা মিছাৰ এটা যটিল সাৰাংশ:

কাৰোবাৰ প্ৰেম যেন অৰুন্ধতী- বশিষ্ঠ,

কোনোবা আকৌ দহিছে সেই প্ৰেমত

যেনে দহিচিল উশাৰ অনিৰুদ্ধ|

কোন আমি নৰ মনিচ

লালশাৰ ভোকাতুৰ, কামনাত বাকৰুদ্ধ,

বাসনাৰ বলি, সময়ত স্তদ্ধ,

ৰঙীন ৰামধেনুৰ আৰৰ বিশাদৰ কলা মেঘৰ অন্ধকাৰত

আমি যেন লাখুটি লোৱা এক এক অন্ধ।

এই পাপী প্ৰেমৰ পুণ্যৰ যিখন জোলোঙা

বিচাৰি খাইছো তুমি-ম‌ই হাবাথুৰি

সেই জোলোঙাৰ মায়াজালত

আজিলৈ ৰাধায়ে নাপালে কৃষ্ণক বিচাৰি!

reddit.com
u/Deathgamer69 — 3 days ago
▲ 2 r/assam

পাপী প্ৰেমৰ মায়াৱী জোলোঙা

প্ৰেমেই মাথো জীৱন জানো;; জীৱনেই মাথো প্ৰেম জানো;;

এইয়াযেন সচা মিছাৰ এটা যটিল সাৰাংশ:

কাৰোবাৰ প্ৰেম যেন অৰুন্ধতী- বশিষ্ঠ,

কোনোবা আকৌ দহিছে সেই প্ৰেমত

যেনে দহিচিল উশাৰ অনিৰুদ্ধ|

কোন আমি নৰ মনিচ

লালশাৰ ভোকাতুৰ, কামনাত বাকৰুদ্ধ,

বাসনাৰ বলি, সময়ত স্তদ্ধ,

ৰঙীন ৰামধেনুৰ আৰৰ বিশাদৰ কলা মেঘৰ অন্ধকাৰত

আমি যেন লাখুটি লোৱা এক এক অন্ধ।

এই পাপী প্ৰেমৰ পুণ্যৰ যিখন জোলোঙা

বিচাৰি খাইছো তুমি-ম‌ই হাবাথুৰি

সেই জোলোঙাৰ মায়াজালত

আজিলৈ ৰাধায়ে নাপালে কৃষ্ণক বিচাৰি!

reddit.com
u/Deathgamer69 — 3 days ago

লহৰী

পাগল ম‌ই

বুজি নাপাওঁ ভদ্ৰলোকৰ অভদ্ৰ কথাবোৰ

পাগল ম‌ই

নেজানো মহা পণ্ডিতৰ মৰিচিকা সদৃশ আলোচনা বোৰ

পাগল ম‌ই

নুবুজোঁ সচেতনৰ পাগলামি চেতনা বোৰ

পাগল ম‌ই

নুশুনোঁ মহানায়কৰ খলনায়কী চিঞৰবোৰ

পাগল ম‌ই

চাগে অবাক, অচেতন হৈ

পাগলামি কৰাই কাম মোৰ।

reddit.com
u/Deathgamer69 — 4 days ago
▲ 2 r/assam

লহৰী

পাগল ম‌ই,

বুজি নাপাওঁ ভদ্ৰলোকৰ অভদ্ৰ কথাবোৰ;

পাগল ম‌ই,

নেজানো মহা পণ্ডিতৰ মৰিচিকা সদৃশ আলোচনা বোৰ;

পাগল ম‌ই,

নুবুজোঁ সচেতনৰ পাগলামি চেতনা বোৰ;

পাগল ম‌ই,

নুশুনোঁ মহানায়কৰ খলনায়কী চিঞৰবোৰ;

পাগল ম‌ই,

চাগে অবাক, অচেতন হৈ

পাগলামি কৰাই কাম মোৰ।

reddit.com
u/Deathgamer69 — 4 days ago

অশ্লীল

অচিনা চৰিত্ৰ মোৰ

অভদ্ৰ চৰিত্ৰ মোৰ

পাগল চৰিত্ৰ মোৰ

অস্থিৰ চৰিত্ৰ মোৰ

বুজাব নোৱাৰিলো মই

জানিব নোৱাৰিলোঁ মই

দেখাব নোৱাৰিলোঁ মই

চাগে থাকি যাব কথাবোৰ ক'বলৈ

চাগে ৰৈ যাব মনবোৰ বুজি পাবলৈ

লুকাই থকাবোৰ খুলি দিবলৈ

চৰিত্ৰহীন চৰিত্ৰৰ বাখ্যা দাঙিবলৈ

নিস্তব্ধ সময়ৰ কোলাহল বুজাবলৈ

অজানিতে নিজানৰ সুৰ দিবলৈ

চাগে ৰৈ যাম মই, ম‌ই হ'বলৈ।

reddit.com
u/Deathgamer69 — 4 days ago
▲ 9 r/assam

অশ্লীল

অচিনা চৰিত্ৰ মোৰ

অভদ্ৰ চৰিত্ৰ মোৰ

পাগল চৰিত্ৰ মোৰ

অস্থিৰ চৰিত্ৰ মোৰ

বুজাব নোৱাৰিলো মই

জানিব নোৱাৰিলোঁ মই

দেখাব নোৱাৰিলোঁ মই

চাগে থাকি যাব কথাবোৰ ক'বলৈ

চাগে ৰৈ যাব মনবোৰ বুজি পাবলৈ

লুকাই থকাবোৰ খুলি দিবলৈ

চৰিত্ৰহীন চৰিত্ৰৰ বাখ্যা দাঙিবলৈ

নিস্তব্ধ সময়ৰ কোলাহল বুজাবলৈ

অজানিতে নিজানৰ সুৰ দিবলৈ

চাগে ৰৈ যাম মই, ম‌ই হ'বলৈ।

reddit.com
u/Deathgamer69 — 4 days ago
▲ 11 r/assam

দেকোৰেটিং উইঠ জুবিন দা এণ্ড জাষ্টিন দা

সজাই দিলো ৰজাৰ ছবিৰে

u/Deathgamer69 — 5 days ago

आहटें (not a typical poem)

बनने की एक आस थी,

तेरी एकलौती आशिकी।

पर बन नहीं पाया मैं,

खुद के लिए खुद ही।

माँ मेरी बड़ी भोली हैं,

फायदा मैं उठाता था,

उसके भोलेपन की।

शायद मेरी आदतें ये,

मुझको ही ले डूबीं।

देखता हूँ पीछे में

मुड़के शायद उसकी,

मिलें आहटें आज भी।

अपनी माँ का ही ना हो पाया,

क्या बनूँगा मैं तेरा भी?

शायद मेरी आदतें ये

मुझको ही ले डूबीं।।।

(Silence)

पिता थे मेरे जैसे एक

महादेव के एक वरदान,

उसूल उनके थे जैसे,

धरती पर एक भगवान।

नरक इस दुनिया के चोचलों ने,

ले ली उनकी नन्हीं जान।

शायद मेरी अच्छाई भी चली गई,

गए थे उनके जब प्राण।

आज ये मैं सोचता हूँ,

आज भी तो ज़िंदा हूँ।

लिख भी तो पाता हूं

सोचा भी तो जाता हूं

शायद उनकी आदतें, आहटें,

आज भी ले रही,

गोदी मेरी ज़िन्दगी।

(कविता लिखने बैठा था मगर कुछ और ही हो गया)

reddit.com
u/Deathgamer69 — 7 days ago

যাব হ'ল বুলি গোটেই চুচি মাজি লৈ যোৱাৰ চেষ্টা চলিছে

এচামে নিজৰ ৰাজ্যখন বনিয়াৰ বজাৰত টুকুৰা টুকুৰ কৰি বেচিছে আৰু আমাৰ মহান মহান তিকা চেলেকা খুৰীদেউ, ককাইদেউ, আলদেউ বালদেউ হতে বেপাৰীজনে পেলাই দিয়া সাহায্য নামৰ গু ৰ টোপোলাবোৰ খায় খায় অন্ধ হৈ পৰিছে। খা, নিজৰ জীৱনত একো কৰিব নোৱাৰি আনে দিয়া ভিক্ষাৰ খাই উৰি ফুৰা মানুহবোৰৰ আৰু কিহৰ ভবিষ্যতৰ চিন্তা। মাত দিয়ক নহলে ভৱিষ্যত আমাৰ হেৰুৱাব, তিকা চেলেকাবোৰ মৰি যাব, সিহতৰ ল'ৰা ছোৱালী কেইটা ও চেলেকি চেলেকি আগুৱাই যাব, ভিক্ষাৰী হৈ চিঞৰি থাকিব লাগিব আমি। আগৰ দিন নাই আৰু, নিজৰ কথা ভাবিবৰ হ'ল নহলে চেলেকিবৰ হ'ল, মাজত থকাবোৰ চেপি মৰিব আকৌ এজনে কৈছে অসমত বোলে কয়লা এ নাই নে খনন এ হোৱা নাই, খা কেলা, কেইদিনমানৰ পিছত ক'ব চুণশিল নাই, লো নাই, খাৰুৱা তেল নাই, গড় কেইটাক eviction notice দি এ দিলে, কেইদিনমানৰ পাছত সিহঁতো নাই, আমি বুঢ়া হ'লে ক'ব পাৰিম আসাম বোলকে এক জাগা থা কাৰণ তেতিয়ালৈকে চাগে অসম আৰু অসমীয়া এ নাই।

reddit.com
u/Deathgamer69 — 8 days ago
▲ 7 r/assam

বেপাৰী জাতিৰ বেপেৰুৱা মন

এচামে নিজৰ ৰাজ্যখন বনিয়াৰ বজাৰত টুকুৰা টুকুৰ কৰি বেচিছে আৰু আমাৰ মহান মহান তিকা চেলেকা খুৰীদেউ, ককাইদেউ, আলদেউ বালদেউ হতে বেপাৰীজনে পেলাই দিয়া সাহায্য নামৰ গু ৰ টোপোলাবোৰ খায় খায় অন্ধ হৈ পৰিছে। খা, নিজৰ জীৱনত একো কৰিব নোৱাৰি আনে দিয়া ভিক্ষাৰ খাই উৰি ফুৰা মানুহবোৰৰ আৰু কিহৰ ভবিষ্যতৰ চিন্তা। মাত দিয়ক নহলে ভৱিষ্যত আমাৰ হেৰুৱাব, তিকা চেলেকাবোৰ মৰি যাব, সিহতৰ ল'ৰা ছোৱালী কেইটা ও চেলেকি চেলেকি আগুৱাই যাব, ভিক্ষাৰী হৈ চিঞৰি থাকিব লাগিব আমি। আগৰ দিন নাই আৰু, নিজৰ কথা ভাবিবৰ হ'ল নহলে চেলেকিবৰ হ'ল, মাজত থকাবোৰ চেপি মৰিব।

reddit.com
u/Deathgamer69 — 8 days ago